Создавайте контент с технологией ИИ-голоса Zubeen
Присоединяйтесь к 0+ создателям контента, использующим голос Zubeen для YouTube, TikTok и профессиональных проектов. Создавайте неограниченное количество озвучек студийного качества.
Zubeen
от Marjana Begumআটাইতকৈ সুবিধা পোৱা পৰিয়ালটোৱেই হৈছে শ্যামকানুৰ পৰিয়াল এজন এজনকৈ সকলোৱে স্পষ্টীকৰণ দিবলৈ সুযোগ পালে। CID ৰ আগত নহয়, বিভিন্ন মাধ্যমৰ সন্মুখত । জুবিনৰ মৃত্যুৰ অভিযোগত অভিযুক্ত কেইজনৰ কথা কৈছোঁ।প্ৰথমে আহিল শেখৰ গোস্বামী।বিভিন্ন চেনেলত নিজৰ স্পষ্টীকৰণ দিলে ।প্ৰেছ কনফাৰেন্স কৰিবলৈ সুযোগ দিয়া হ'ল সঞ্জীৱ নাৰায়ণক । বাকী আছিল সিদ্ধাৰ্থ আৰু শ্যামকানু ।সিদ্ধাৰ্থৰ কপালত বেয়া ।ভালকৈ অসমীয়া কব নাজানে ।সেয়েহে স্পষ্টীকৰণ দিব নোৱাৰিলে । বাকী থাকিল শ্যামকানু ।শ্যামকানু কত আছে তাক লৈ ৰাজ্যজুৰি আলোচনা চলি থকা অৱস্থাতেই অজ্ঞাত স্থানৰ পৰা শ্যামকানু ফেচবুক LIVE আহিল ।বুজাবলৈ চেষ্টা কৰিলে তেওঁ নিৰ্দোষী । সঞ্জীব নাৰায়ণৰ সৈতে শ্যামকানুৰ বক্তব্যৰ মিল আছে ।শ্যামকানুৱে উদ্যোগী সকলৰ সৈতে এখন হোটেলতে মিটিং কৰি আছিল ।হঠাৎ সিদ্ধাৰ্থই ফোন কৰি জনালে জুবিন দাৰ দুৰ্ঘটনা হৈছে । জুবিনদাৰ অবস্থা সংকটজনক । এনে এটা বাৰ্তা পালে আপুনি,মই লগে লগে ঘটনা স্থলীলৈ দৌৰি গলোহেতেন। কিন্তু শ্যামকানু দৌৰি নগল ।শ্যামকানুৱে বেলেগক খবৰ লবলৈ কলে ।সেইজন শ্যামকানুৱে এতিয়া কৈছে জুবিন গাৰ্গ আমাৰ ব্ৰেণ্ড এম্বাচাদৰ ।জুবিন আমাৰ আত্মা । ঘেন্টা । এতিয়া প্ৰশ্ন হৈছে অভিযুক্ত কেইজনে শাস্তি পাবনে? মই কৈছোঁ নাপায় ।আদালতত অতি সহজে ওলাই যাব এওঁলোক ।শ্যামকানুৱে কব সাগৰলৈ জুবিনক লৈ যোৱাৰ বিষয়ে মই নাজানো ।সঞ্জীব নাৰায়ণে কি ক'ব ইতিমধ্যে কৈছেই ।সিদ্ধাৰ্থ আৰু শেখৰে কব দাদাই আমাৰ কথা নুশুনে।তেন্তে দোষী কোন হ'ব ? সিদ্ধাৰ্থৰ ঘৰৰ আগত আজি অভাবনীয় পৰিবেশ দেখিলোঁ ।হাজাৰ হাজাৰ লোক আহিছিল সিদ্ধাৰ্থৰ ঘৰত প্ৰবেশ কৰিবলৈ ।শ্যামকানুৰ টকা আছে । এমাহ মান বিদেশত থাকিব ।ইতিমধ্যে শ্যামকানুৱে ছিংগাপুৰত নতুন ম'বাইল চিমকাৰ্ড বনাই লৈছে । পৰিয়ালৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছে ।CIDয়ে হয়তো শেখৰ, সিদ্ধাৰ্থৰ লেপটপ, ডেক্সটপ জব্দ কৰি দায়িত্ব শেষ কৰিব ।সঞ্জীব নাৰায়ণৰ ম'বাইল এতিয়াও জব্দ নহ'ল ।অথচ সেই মবাইলত জুবিনৰ অন্তিম আলোকচিত্ৰৰ পৰা আৰম্ভ কৰি বহু কিবাকিবি আছে ।সেইকথা সংবাদ মাধ্যমত নিজেই কৈছে সঞ্জীৱ নাৰায়ণে । শ্যামকানু প্ৰভাৱশালী ব্যক্তি । শ্যামকানুৰ পৰিয়ালৰ প্ৰতিজন সদস্য ই এইখন চৰকাৰৰ কাৰ্যকালত আটাইতকৈ সুবিধা লাভ কৰিছে । গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে এইখন চৰকাৰে কি ব্যবস্থা ল'ব সেয়া মোৰ জনা আছে ।
Образцы - Zubeen
Прослушайте примеры генерации, демонстрирующие качество голоса и универсальность
Default Sample
Образец 1
মহে আজি কোয়স্লো খকলোকে, আমার মনর কথা শুনা। জীৱনত কি লাগে জানা? ভাল মানুহ হোৱা লাগে, মরম দিয়া লাগে। আমার অসমীয়া সংস্কৃতি জীয়াই থাকিব লাগে। মহে এইটো বিশ্বাস করো।
Default Sample
নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত বিহুৰ কথা পাতিব খোজো। এই বছৰৰ বিহু উৎসৱত আমি সকলোৱে এकেলগে নাচিম গাম। আহক আমাৰ পৰম্পৰাগত সংস্কৃতি জীয়াই ৰাখোঁ।
Default Sample
মানুহর কথা কওঁতে আজি মই কম নাই, আমার সোনালী অসম খন বাচাবো লাগে। এই মাটির পরা আমি জন্ম পালों, এই মাটিতে মরিম। আমার দেশর মানুহক ভাল পাওঁ, সকলোরে লগত থাকিম।
Sample Transcriptions
Default Sample - Образец 1
মহে আজি কোয়স্লো খকলোকে, আমার মনর কথা শুনা। জীৱনত কি লাগে জানা? ভাল মানুহ হোৱা লাগে, মরম দিয়া লাগে। আমার অসমীয়া সংস্কৃতি জীয়াই থাকিব লাগে। মহে এইটো বিশ্বাস করো।
Default Sample - zubeen
নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত বিহুৰ কথা পাতিব খোজো। এই বছৰৰ বিহু উৎসৱত আমি সকলোৱে এकেলগে নাচিম গাম। আহক আমাৰ পৰম্পৰাগত সংস্কৃতি জীয়াই ৰাখোঁ।
Default Sample - Zubeen garg
মানুহর কথা কওঁতে আজি মই কম নাই, আমার সোনালী অসম খন বাচাবো লাগে। এই মাটির পরা আমি জন্ম পালों, এই মাটিতে মরিম। আমার দেশর মানুহক ভাল পাওঁ, সকলোরে লগত থাকিম।
Default Sample - Zubeen garg
भाई मोर जीवन संगीत आरु प्रेमोर लागि। आजि मोर मनत बहुत भाल लागिसे, कियनो तोमालोकर मरम पाइसो। गीत गाओं, नाचों, आनंद करों। जीवनटो एटा उৎসৱ হ'ব লাগে।
Default Sample - zubeen garg
जिंदगी की राहों में तनहा चलते हैं, हर मुसाफिर अपनी कहानी लिए। आंखों में सपने हैं, दिल में यादें हैं, प्यार की मधुर कहानी लिए। हर पल एक नया गीत गाते हैं।
Default Sample - Zubeen Da
मेरे प्यारे दोस्तों, असम की संस्कृति में बिहु नृत्य का विशेष स्थान है। यह हमारी परंपराओं का अनमोल खजाना है, जिसमें हमारी धरती की खुशबू और लोगों का प्यार झलकता है। आइए इस कला को संजोकर रखें।
Assamese man slowly - Zubeen Garg
Hello my dear friend, moi jubin. If I born hundred times , I would like to become jubin. Thank you but Mur time khak thank you for everything friends. at the last time good byeeeeee
Default Sample - Zubeen da
Hello the people, my dearest people of Assam! Don't worry I am alive still here just watching you all from Sonapur don't cry I am Kanchenjunga, I am mukto i was always there and be always there!
Default Sample - Zubeen..garg
Abhishek i heard about you , you are so good person , i hopeyou are good .Take care. Love you by by
Default Sample - Zubeen
কিতা কৰি আছা দেই? আজি বজাৰত কোটা মানুহ দেখিলো। সকলোৱে কথা পাতি আছে, হাঁহি আছে। মা'ক কোৱা নাই নেকি? তাইও আহিব লাগে আজি।
Default Sample - Zubeen.garg
গীত লিখিবলৈ মোৰ মনটো আজি বৰ ভাল লাগিছে। এইবাৰ মই এটা নতুন ধৰণৰ গীত লিখিম, য'ত আমাৰ অসমীয়া সংস্কৃতিৰ কথা থাকিব। কিন্তু আগতে একাপ চাহ খাওँ আহক, তাৰ পিছত আৰম্ভ কৰোँ।
Default Sample - Zubeengarg
You are so good singer Raj, I hope one day you will succeed in life and take care bye bye
Default Sample - Zubeen
তুমি মোৰ হৃদয়ৰ মাজত থকা প্ৰেমৰ মাযা। জীৱনৰ সপোন তুমি, মোৰ আশাৰ দীপালি। তোমাৰ চকুৱে মোক মাতে, তোমাৰ হাঁহিয়ে মোক জগায়। মাযাৰে ভৰা এই জীৱন তোমাৰ বাবেই।
Как использовать генератор голоса Zubeen
Создайте профессиональную озвучку в 3 простых шага
Введите ваш сценарий
Напечатайте или вставьте любой текст, который вы хотите озвучить голосом Zubeen
- Поддержка расширенных ограничений на текст для платных планов
- Работает на нескольких языках автоматически
Создайте аудио
Нажмите кнопку генерации, чтобы услышать, как голос Zubeen оживляет ваш текст
- Результаты студийного качества за секунды
- 100% бесплатно для пробы • Кредитная карта не требуется
Откройте расширенную площадку
Нажмите кнопку 'Использовать голос', чтобы разблокировать мощные функции:
- Увеличенная длина текста для длинного контента
- Точная настройка скорости, высоты тона и эмоций
- Скачивание в нескольких форматах (MP3, WAV)
- Сохранение в библиотеку и права на коммерческое использование для платных планов
Готовы создать профессиональный контент с Zubeen?
Присоединяйтесь к тысячам создателей, использующих голоса ИИ для видео, подкастов и многого другого