使用 Zubeen AI 语音技术创作内容

加入 0+ 位内容创作者,使用 Zubeen 的语音制作 YouTube、TikTok 和专业项目。生成录音棚级别的无限配音。

Zubeen

Zubeen

由 Marjana Begum

আটাইতকৈ সুবিধা পোৱা পৰিয়ালটোৱেই হৈছে শ্যামকানুৰ পৰিয়াল এজন এজনকৈ সকলোৱে স্পষ্টীকৰণ দিবলৈ সুযোগ পালে। CID ৰ আগত নহয়, বিভিন্ন মাধ্যমৰ সন্মুখত । জুবিনৰ মৃত্যুৰ অভিযোগত অভিযুক্ত কেইজনৰ কথা কৈছোঁ।প্ৰথমে আহিল শেখৰ গোস্বামী।বিভিন্ন চেনেলত নিজৰ স্পষ্টীকৰণ দিলে ।প্ৰেছ কনফাৰেন্স কৰিবলৈ সুযোগ দিয়া হ'ল সঞ্জীৱ নাৰায়ণক । বাকী আছিল সিদ্ধাৰ্থ আৰু শ্যামকানু ।সিদ্ধাৰ্থৰ কপালত বেয়া ।ভালকৈ অসমীয়া কব নাজানে ।সেয়েহে স্পষ্টীকৰণ দিব নোৱাৰিলে । বাকী থাকিল শ্যামকানু ।শ্যামকানু কত আছে তাক লৈ ৰাজ্যজুৰি আলোচনা চলি থকা অৱস্থাতেই অজ্ঞাত স্থানৰ পৰা শ্যামকানু ফেচবুক LIVE আহিল ।বুজাবলৈ চেষ্টা কৰিলে তেওঁ নিৰ্দোষী । সঞ্জীব নাৰায়ণৰ সৈতে শ্যামকানুৰ বক্তব্যৰ মিল আছে ।শ্যামকানুৱে উদ্যোগী সকলৰ সৈতে এখন হোটেলতে মিটিং কৰি আছিল ।হঠাৎ সিদ্ধাৰ্থই ফোন কৰি জনালে জুবিন দাৰ দুৰ্ঘটনা হৈছে । জুবিনদাৰ অবস্থা সংকটজনক । এনে এটা বাৰ্তা পালে আপুনি,মই লগে লগে ঘটনা স্থলীলৈ দৌৰি গলোহেতেন‌। কিন্তু শ্যামকানু দৌৰি নগল ।শ্যামকানুৱে বেলেগক খবৰ লবলৈ কলে ।সেইজন শ্যামকানুৱে এতিয়া কৈছে জুবিন গাৰ্গ আমাৰ ব্ৰেণ্ড এম্বাচাদৰ ।জুবিন আমাৰ আত্মা । ঘেন্টা । এতিয়া প্ৰশ্ন হৈছে অভিযুক্ত কেইজনে শাস্তি পাবনে? মই কৈছোঁ নাপায় ।আদালতত অতি সহজে ওলাই যাব এওঁলোক ।শ্যামকানুৱে কব সাগৰলৈ জুবিনক লৈ যোৱাৰ বিষয়ে মই নাজানো ।সঞ্জীব নাৰায়ণে কি ক'ব ইতিমধ্যে কৈছেই ।সিদ্ধাৰ্থ আৰু শেখৰে কব দাদাই আমাৰ কথা নুশুনে।তেন্তে দোষী কোন হ'ব ? সিদ্ধাৰ্থৰ ঘৰৰ আগত আজি অভাবনীয় পৰিবেশ দেখিলোঁ ।হাজাৰ হাজাৰ লোক আহিছিল সিদ্ধাৰ্থৰ ঘৰত প্ৰবেশ কৰিবলৈ ।শ্যামকানুৰ টকা আছে । এমাহ মান বিদেশত থাকিব ।ইতিমধ্যে শ্যামকানুৱে ছিংগাপুৰত নতুন ম'বাইল চিমকাৰ্ড বনাই লৈছে । পৰিয়ালৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছে ।CIDয়ে হয়তো শেখৰ, সিদ্ধাৰ্থৰ লেপটপ, ডেক্সটপ জব্দ কৰি দায়িত্ব শেষ কৰিব ।সঞ্জীব নাৰায়ণৰ ম'বাইল এতিয়াও জব্দ নহ'ল ।অথচ সেই মবাইলত জুবিনৰ অন্তিম আলোকচিত্ৰৰ পৰা আৰম্ভ কৰি বহু কিবাকিবি আছে ।সেইকথা সংবাদ মাধ্যমত নিজেই কৈছে সঞ্জীৱ নাৰায়ণে । শ্যামকানু প্ৰভাৱশালী ব্যক্তি । শ্যামকানুৰ পৰিয়ালৰ প্ৰতিজন সদস্য ই এইখন চৰকাৰৰ কাৰ্যকালত আটাইতকৈ সুবিধা লাভ কৰিছে । গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে এইখন চৰকাৰে কি ব্যবস্থা ল'ব সেয়া মোৰ জনা আছে ।

00
bn
zubeengarg
427/500
由 Fish Audio S1 驱动

样本 - Zubeen

聆听展示语音质量和多功能性的样本生成

Default Sample

样本 1

মহে আজি কোয়স্লো খকলোকে, আমার মনর কথা শুনা। জীৱনত কি লাগে জানা? ভাল মানুহ হোৱা লাগে, মরম দিয়া লাগে। আমার অসমীয়া সংস্কৃতি জীয়াই থাকিব লাগে। মহে এইটো বিশ্বাস করো।

Default Sample

zubeen

নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত বিহুৰ কথা পাতিব খোজো। এই বছৰৰ বিহু উৎসৱত আমি সকলোৱে এकেলগে নাচিম গাম। আহক আমাৰ পৰম্পৰাগত সংস্কৃতি জীয়াই ৰাখোঁ।

Default Sample

Zubeen garg

মানুহর কথা কওঁতে আজি মই কম নাই, আমার সোনালী অসম খন বাচাবো লাগে। এই মাটির পরা আমি জন্ম পালों, এই মাটিতে মরিম। আমার দেশর মানুহক ভাল পাওঁ, সকলোরে লগত থাকিম।

Sample Transcriptions

Default Sample - 样本 1

মহে আজি কোয়স্লো খকলোকে, আমার মনর কথা শুনা। জীৱনত কি লাগে জানা? ভাল মানুহ হোৱা লাগে, মরম দিয়া লাগে। আমার অসমীয়া সংস্কৃতি জীয়াই থাকিব লাগে। মহে এইটো বিশ্বাস করো।

Default Sample - zubeen

নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত বিহুৰ কথা পাতিব খোজো। এই বছৰৰ বিহু উৎসৱত আমি সকলোৱে এकেলগে নাচিম গাম। আহক আমাৰ পৰম্পৰাগত সংস্কৃতি জীয়াই ৰাখোঁ।

Default Sample - Zubeen garg

মানুহর কথা কওঁতে আজি মই কম নাই, আমার সোনালী অসম খন বাচাবো লাগে। এই মাটির পরা আমি জন্ম পালों, এই মাটিতে মরিম। আমার দেশর মানুহক ভাল পাওঁ, সকলোরে লগত থাকিম।

Default Sample - Zubeen garg

भाई मोर जीवन संगीत आरु प्रेमोर लागि। आजि मोर मनत बहुत भाल लागिसे, कियनो तोमालोकर मरम पाइसो। गीत गाओं, नाचों, आनंद करों। जीवनटो एटा उৎসৱ হ'ব লাগে।

Default Sample - zubeen garg

जिंदगी की राहों में तनहा चलते हैं, हर मुसाफिर अपनी कहानी लिए। आंखों में सपने हैं, दिल में यादें हैं, प्यार की मधुर कहानी लिए। हर पल एक नया गीत गाते हैं।

Default Sample - Zubeen Da

मेरे प्यारे दोस्तों, असम की संस्कृति में बिहु नृत्य का विशेष स्थान है। यह हमारी परंपराओं का अनमोल खजाना है, जिसमें हमारी धरती की खुशबू और लोगों का प्यार झलकता है। आइए इस कला को संजोकर रखें।

Assamese man slowly - Zubeen Garg

Hello my dear friend, moi jubin. If I born hundred times , I would like to become jubin. Thank you but Mur time khak thank you for everything friends. at the last time good byeeeeee

Default Sample - Zubeen da

Hello the people, my dearest people of Assam! Don't worry I am alive still here just watching you all from Sonapur don't cry I am Kanchenjunga, I am mukto i was always there and be always there!

Default Sample - Zubeen..garg

Abhishek i heard about you , you are so good person , i hopeyou are good .Take care. Love you by by

Default Sample - Zubeen

কিতা কৰি আছা দেই? আজি বজাৰত কোটা মানুহ দেখিলো। সকলোৱে কথা পাতি আছে, হাঁহি আছে। মা'ক কোৱা নাই নেকি? তাইও আহিব লাগে আজি।

Default Sample - Zubeen.garg

গীত লিখিবলৈ মোৰ মনটো আজি বৰ ভাল লাগিছে। এইবাৰ মই এটা নতুন ধৰণৰ গীত লিখিম, য'ত আমাৰ অসমীয়া সংস্কৃতিৰ কথা থাকিব। কিন্তু আগতে একাপ চাহ খাওँ আহক, তাৰ পিছত আৰম্ভ কৰোँ।

Default Sample - Zubeengarg

You are so good singer Raj, I hope one day you will succeed in life and take care bye bye

Default Sample - Zubeen

তুমি মোৰ হৃদয়ৰ মাজত থকা প্ৰেমৰ মাযা। জীৱনৰ সপোন তুমি, মোৰ আশাৰ দীপালি। তোমাৰ চকুৱে মোক মাতে, তোমাৰ হাঁহিয়ে মোক জগায়। মাযাৰে ভৰা এই জীৱন তোমাৰ বাবেই।

如何使用 Zubeen 语音生成器

3个简单步骤即可创建专业配音

01

输入您的文本

输入或粘贴您希望 Zubeen 朗读的任何文本

  • 免费版支持较短文本,高级版支持更长文本
  • 自动支持多种语言
试试上面的演示
02

生成音频

点击生成,让 Zubeen 的声音为您的文本注入生命

  • 数秒内获得录音棚级品质效果
  • 100% 免费试用 • 无需信用卡
03

打开高级创作平台

点击"使用声音"按钮解锁强大功能:

  • 扩展文本长度
  • 微调速度、音高和情感
  • 下载多种格式(MP3、WAV)
  • 保存到资料库并获得商业使用权
使用声音

准备好使用 Zubeen 创作专业内容了吗?

加入数千位创作者,使用AI语音制作视频、播客等内容

提供免费版本无需信用卡

为什么选择 Zubeen 语音?

Zubeen 提供卓越的质量,获得 0 位用户认可。比较上面的样本——您会听到情感和自然度的差异。
不需要!一切都在您的浏览器中运行。只需输入、生成和下载——无需安装。
免费用户每月可获得慷慨的配额。升级后可无限生成并优先访问新功能。
是的。您生成的音频和脚本是私密的。我们遵循严格的数据保护标准。
每个声音都有独特的特征、音调和风格。Zubeen 已在 0+ 个项目中使用,证明了其多功能性和质量。